
জটিল ৰোগত আক্ৰান্ত সন্তানৰ চিকিৎসাৰ বাবে হাহাকাৰ এটা পৰিয়ালৰ। সহায় বিচাৰি স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীক আবেদন পৰিয়াটোৰ। সহৃদয় ব্যক্তিৰ পৰাও সহায় বিচাৰিছে পৰিয়ালটোৱে। বেংক একাউণ্ট নম্বৰ 7297020000444, IFSC: PUNB0RRBAGB #nd24digital l #help l #assam






















